/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b67d4b46-e76b-4cc6-bf6d-151a01ecd678/iuiui.jpg)
-
গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ভোটগণনা কিছু সময়ৰ বাবে স্থগিত।
-
ভোটগণনা স্থলীত হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত।
-
সেই সময়ত চলি আছিল চতুৰ্থ ৰাউণ্ডৰ ভোটগণনা।
-
১২২খন বেলটৰ ভিতৰত ৫০ খনৰ ভোটগণনা সম্পন্ন হৈছিল।
-
শ্বৰ্ট ছাৰ্কিটৰ ফলতেই হৈছিল এই অগ্নিকাণ্ড।
-
লগে লগে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি নিয়ন্ত্ৰিত কৰা হয় পৰিস্থিতি।
-
অগ্নিকাণ্ডত হোৱা নাই কোনো ক্ষয়-ক্ষতি।
-
পৰিস্থিতি নিয়ন্ত্ৰণৰ পাছত পুনৰ আৰম্ভ ভোটগণনা।