/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/674697cd-4f08-480a-be18-a65d636bf449/guwahati_press_club_27.jpg)
গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনত ভোট গণনাত খেলিমেলিৰ অভিযোগ
-
গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনত বিসংগতি।
-
সাংস্কৃতিক সম্পাদকৰ পদৰ ভোটগণনাত খেলিমেলিৰ অভিযোগ।
-
প্ৰাৰ্থীৰ কাউন্টিং এজেন্টে কৰা গণনা আৰু নিৰ্বাচনী বিষয়াৰে নিয়োজিত এজেন্টৰ গণনাৰ মাজত পাৰ্থক্য ।
-
কেইবাটাও ভোটৰ খেলিমেলিৰ অভিযোগ।
-
সাময়িকভাৱে স্থগিত ৰখা হৈছে ভোটগণনা।
-
অষ্টম পৰ্যায়ৰ ভোটগণনা অন্ত পৰা বুলি ঘোষণা হৈছে যদিও আনুষ্ঠানিকভাৱে প্ৰাৰ্থী সকলে লাভ কৰা ভোটৰ সংখ্যা লাভ কৰা নাই নিৰ্বাচনী বিষয়াই।