/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/674697cd-4f08-480a-be18-a65d636bf449/guwahati_press_club_27.jpg)
গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, কোন পদত আগবাঢ়ি আছে কোন?
-
কাৰিকৰী বিজুতিৰ বাবে দ্বিতীয়বাৰৰ কাৰণে গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ভোটগণনা সাময়িকভাৱে বন্ধ।
-
পঞ্চম ৰাউণ্ডৰ অন্তত ১৫ মিনিটৰ বাবে বন্ধ কৰা হৈছে ভোটগণনা।
-
দুপৰীয়া ভাগত গুৱাহাটী প্ৰেছ ক্লাবত শ্বৰ্ট চাৰ্কিডৰ ঘটনা সংঘটিত হৈছিল।
-
সূত্ৰপাত হৈছিল সামান্য় অগ্নিকাণ্ডৰ।
-
বিদ্যুতৰ বিসংগতি আঁতৰ কৰাৰ বাবে বন্ধ কৰা হৈছে ভোটগণনা।
-
পঞ্চম ৰাউণ্ডত গণনা কৰা মুঠ বেলট পেপাৰৰ সংখ্যা আছিল ১৩৮ খন।
-
পঞ্চম ৰাউণ্ডলৈকে সৰ্বমুঠ ৫১৮ টা ভোটৰ গণনা হৈছে।
-
আৰু ৫টা ৰাউণ্ডৰ ভোটগণনা বাকী।