New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/dangor-khobr.jpg)
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই তৎপৰ গুৱাহাটী পৌৰ নিগম।
- গুৱাহাটীৰ ৮ টা পথৰ সলনি হ'ব নাম।
- কালাপাহাৰ নাম হ'ব নিলাচল নগৰ।
- চাৰাবভটিৰৰ নাম হ'ব আৰ্য নগৰ।
- আন ৬টা পথৰো নাম শীঘ্ৰে সলনি হ'ব।
- ইতিমধ্যে ৫-৬ টা ৰাস্তাৰ নাম সলনি হৈছে আৰু ৰাস্তাৰ নাম সলনি হ'ব