অসম মুখ্য-পৃষ্ঠা মহানগৰীত চাঞ্চল্য; দুৰ্বৃত্তই ডিঙি কাটি পেলাই থৈ গ’ল এজনক… মহানগৰীত চাঞ্চল্য; দুৰ্বৃত্তই ডিঙি কাটি পেলাই থৈ গ’ল এজনক… asomiyapratidin 11 Apr 2022 11:08 IST Follow UsNew Updateমহানগৰীত আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড।বামুণীমৈদামৰ শীতলাবাৰীত এই হত্যাকাণ্ড।মৃত লোকজন কাজল চন্দ্র দাস বুলি চিনাক্ত কৰা হৈছে।দুৰ্বৃত্তই ডিঙি কাটি পেলাই থৈ গ'ল লোকজনক।দেওবাৰে সন্ধিয়াৰ পৰা নিখোঁজ হৈ আছিল লোকজন। assam murder guwahatiআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক