New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/11/murder.jpg)
- গুৱাহাটী মহানগৰীত নৃশংস হত্যাকাণ্ড।
- কালাপাহাৰ গোপীনাথ নগৰৰ তাৰা হীৰা কমপ্লেক্সৰ স্বত্বাধীকাৰী অনু হাজৰিকা নামৰ বৃদ্ধা মহিলা গৰাকীক নিশা দুৰ্বৃত্তই হত্যা কৰে।
- কেৱল হত্যা কৰাই নহয়, ঘৰৰ আচ-বাব ভাঙি বহু সামগ্ৰী লুটি লৈ যায় দুৰ্বৃত্তই।
- আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে দুজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us