অসম মুখ্য-পৃষ্ঠা নাৱৰ পৰা বাঢ়নী পানীত পৰি নিখোজ যুৱক… নাৱৰ পৰা বাঢ়নী পানীত পৰি নিখোজ যুৱক… asomiyapratidin 22 Jun 2022 09:20 IST Follow UsNew Updateগুৱাহাটীৰ পানীখাইতিত অঘটন।নাৱৰ পৰা বাঢ়নী পানীত পৰি নিখোজ এজন যুৱক।নিখোজ হৈ থকা যুৱকজন চন্দ্র নম: শূদ্র।পানীখাইটিৰ তিনিটুকুৰাত মাছ মাৰিবলৈ গৈ এই অঘটন।ঘটনাস্থলীত উপস্থিত পানীখাইতি আৰক্ষী, SDRF। assam missing floodআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক