New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/e28a5d62-d873-4075-a570-8f2a885b5741/rape.jpg)
- মহানগৰীত সংঘটিত এক জঘন্য ঘটনা। 
- ১৩ বছৰীয়া কিশোৰীত ধৰ্ষণ লম্পটৰ। 
- মহানগৰীৰ বিৰুবাৰীত সংঘটিত হৈছে এই ঘটনা। 
- দিগন্ত দাস নামৰ এজনৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ। 
- সম্প্ৰতি পলাতক দিগন্ত দাস। 
- কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ। 
- ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ। 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us