/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/Capture.jpg)
ডিজিটেল ডেস্ক: মহানগৰীৰ ভৰলুমুখত চাঞ্চল্যকৰ ঘটনা। মাতৃৰ কোলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে এটি ৫ বছৰীয়া শিশু । বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা।
ঘটনাৰ বিৱৰণী অনুসৰি এখন স্কুটাৰত আহিছিল দুটাকৈ দুৰ্বৃত্ত। ঘটনা সন্দৰ্ভত ভৰলুমুখ আৰক্ষীৰ তদন্ত আৰম্ভ কৰিছে। শান্তিপুৰ মছজিদ গলি ভাড়াতীয়া হিচাপে থাকে মহিলাগৰাকী।
অৱশ্যে এই পৰ্যন্ত কোনো তথ্য ওলোৱা নাই দুৰ্বৃত্ত সন্দৰ্ভত। কৰ পৰা কেনেকৈ আহি দুৰ্বৃত্তই লৈ গ'ল শিশু এতিয়ালৈকে তথ্য আহি পৰা নাই।
আৰু পঢ়ক: উত্তৰাখণ্ডত উজ্বলিল বকোৰ উশ্বু খেলুৱৈ দৃষ্টিৰানী বড়ো