অসম মুখ্য-পৃষ্ঠা বামুনীমৈদামত পিতৃৰ বাইকত উঠি অহা শিশুক অপহৰণৰ চেষ্টা… বামুনীমৈদামত পিতৃৰ বাইকত উঠি অহা শিশুক অপহৰণৰ চেষ্টা… asomiyapratidin 24 May 2022 16:49 IST Follow UsNew Updateমহানগৰীৰ বামুনীমৈদামত ভয়ংকৰ ঘটনা।পিতৃৰ সৈতে বজাৰলৈ আহোঁতেই অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ।বাইকৰ পিছফালৰ পৰা অপহৰণ কৰাৰ চেষ্টা। একাংশ পাচলি বিক্ৰেতা আৰু স্থানীয় লোকৰ তৎপৰতাত ৰক্ষা পৰে শিশুটি।ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি। assam guwahatiআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক