New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/f71fa9f1-21ca-408e-8f1d-26fe25017f5f/city.jpg)
kidnapper
মহানগৰীত পুনৰ শিশু অপহৰণৰ ঘটনা।
১০ বছৰীয়া শিশুক অপহৰণ ঘৰুৱা চালকৰ।
টিউচনলৈ নিয়াৰ পিছতে অপহৰণ কৰিছিল শিশুটিক।
শিশুটিৰ মুক্তিপণৰ নামত ৭ লাখ টকা দাবী অপহৰণকাৰীৰ।
দিছপুৰ, ভঙাগড়, বশিষ্ঠ আৰক্ষীৰ তৎপৰতাত সুকলমে উদ্ধাৰ শিশুটি।
যোৰাবাট গণেশ মন্দিৰৰ সমীপৰ পৰাই উদ্ধাৰ শিশুটি।
আৰক্ষীৰ জালত অপহৰণকাৰী বৰপেটাৰ নৰহৰি বর্মন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us