দুদিনীয়াকৈ অনুষ্ঠিত হ’ব গুৱাহাটী জিলা কাৰাটে প্ৰতিযোগিতা…

দুদিনীয়াকৈ অনুষ্ঠিত হ’ব গুৱাহাটী জিলা কাৰাটে প্ৰতিযোগিতা…

author-image
asomiyapratidin
New Update
বজালী কাৰাটে সন্থাৰ নতুন কমিটী গঠন...

ডিজিটেল ডেস্ক : গুৱাহাটী কাৰাটে সন্থাৰ উদ্যোগত ২৭ আৰু ২৮ আগষ্টত খানাপাৰস্থিত গণেশ মন্দিৰ ইনড'ৰ ষ্টেডিয়ামত দ্বিতীয় সংখ্যক গুৱাহাটী জিলা কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

কাটা আৰু কুমিটে উভয় ইভেন্টত ছাব জুনিয়ৰ, কেডেট, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। গুৱাহাটী জিলা কাৰাটে প্ৰতিযোগিতখনত প্ৰায় ১১৬৬ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।

প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অসম ৰাজ্যিক কাৰাটে সন্থাৰ সভাপতি তথা বিধায়ক দিগন্ত কলিতা উপস্থিত থাকিব

assam Assam police guwahati himanta biswa sarma