মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশঃ সলনি কৰিব লাগে মহানগৰৰ ‘কালাপাহাৰ’ৰ নাম…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশঃ সলনি কৰিব লাগে মহানগৰৰ ‘কালাপাহাৰ’ৰ নাম…

author-image
asomiyapratidin
New Update
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশঃ সলনি কৰিব লাগে মহানগৰৰ ‘কালাপাহাৰ’ৰ নাম…

ডিজিটেল ডেস্কঃ সলনি হ'ব কালাপাহাৰৰ নাম। পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত কালাপাহাৰ অঞ্চলৰ নাম সলনি কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ৰ ৰমেন্দ্ৰ নাৰাণয় কলিতাই সাংবাদিকৰ আগত কৰা এক মন্তব্য অনুসৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালাপাহাৰৰ নাম সলনি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

Advertisment

এই বিষয়ত বিধায়কগৰাকীয়ে শীঘ্ৰেই স্থানীয় ৰাইজৰ লগত নাম সলনি কৰাৰ বিষয়ত আলোচনাত মিলিত হ'ব। তেওঁ কয় যে, স্থানীয় ৰাইজৰ মতামতৰ ভিত্তিত কালাপাহাৰ নাম সলনি কৰি, ইয়াৰ স্থানত নতুন নাম কি ৰখা হয় সেই বিষয়ে সিদ্ধান্ত লোৱা হ'ব।

guwahati himanta biswa sarma guwahati city