কুইন ওজা, ববিতা শৰ্মা, উপমন্যু হাজৰিকা, জোনমণি দেৱী খাউণ্ডৰ ভোটদান

কুইন ওজা, ববিতা শৰ্মা, উপমন্যু হাজৰিকা, জোনমণি দেৱী খাউণ্ডৰ ভোটদান

author-image
asomiyapratidin
New Update
কুইন ওজা, ববিতা শৰ্মা, উপমন্যু হাজৰিকা, জোনমণি দেৱী খাউণ্ডৰ ভোটদান

  • ভোটাধিকাৰ সাব্যস্ত কৰিলে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই।
  • মহানগৰীৰ লাচিত নগৰত ভোটদান ওজাৰ।
  • গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰো ভোটদান।
  • উজান বজাৰৰ শিশু বিদ্যালয়ত তেওঁ সাব্যস্ত কৰিলে ভোটদান।
  • ইফালে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মায়ো কৰিলে ভোটদান।
  • পৰিয়ালৰ লোক সকলৰ সৈতে আহি মহানগৰীৰ বামুণিমৈদামৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত ভোট দিলে তেওঁ।
  • নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডেও সাব্যস্ত কৰিলে ভোটদান।
  • আন কেইবাগৰাকীও প্ৰাৰ্থীয়েও সাব্যস্ত কৰিলে ভোটদান।
  • বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ দীঘলিয়া শাৰী।