চৰকাৰী বাহনত মহিলাক বলাৎকাৰৰ অপচেষ্টা

চৰকাৰী বাহনত মহিলাক বলাৎকাৰৰ অপচেষ্টা

author-image
asomiyapratidin
New Update
ভুৱা এনকাউণ্টাৰঃ ৰাজ্য চৰকাৰক ২ সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ…

ডিজিটেল সংবাদ: চৰকাৰী বাহনত এগৰাকী মহিলাক বলাৎকাৰৰ অপচেষ্টা। নলবাৰীৰ পৰা গুৱাহাটী আহি থকা সময়ত সংঘটিত এই ঘটনা।

ঈদৰ বাবে গাড়ী নোপোৱাত চিনাকী যুৱকৰ গাড়ীত আহি আছিল মহিলাগৰাকী। তাৰ পাছতেই ৰাজপথত গাড়ীৰ ভিতৰত বলাৎকাৰৰ অপচেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোদ অনুসৰি কোনো অজ্ঞাত স্থানত লৈ যোৱাৰ পৰিকল্পনা আছিল যুৱকজনৰ ।জালুকবাৰীত একাংশ লোকৰ বাবে প্রাণ ৰক্ষা পৰে মহিলাগৰাকীৰ।

জালুকবাৰীত যুৱকজনক ৰাইজে ধৰে যদিও পলাই যাবলৈ সক্ষম হয় ।বাহনখনৰ নম্বৰ AS 01 DJ 6876।

আৰু পঢ়ক: ঢকুৱাখনাত ২ পশুধন সহ গৰু চোৰ গ্ৰেপ্তাৰ

assam guwahati