/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/flood-g-1.jpg)
ডিজিটেল ডেস্ক: ক্রমাৎ ৰাজ্যত জটিল হৈ পৰিছে বান পৰিস্থিতি। কৃত্রিম বানত ডুব গৈছে মহানগৰীৰ বিভিন্ন প্রান্ত। সমান্তৰালভাৱে বৃদ্ধি পাইছে ব্রহ্মপুত্রৰ জলপৃষ্ঠ।
নিশাৰ ভাগত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত ডুব গৈছে মহানগৰীৰ একাংশ অঞ্চল। তদুপৰি অন্য জিলা সমূহতো বানপানীয়ে কালৰূপ ধাৰণ কৰিছে।
সম্পূৰ্ণৰূপে বুৰ গৈছে নামনি, মধ্য অসমৰ লগতে উত্তৰ অসম। কপিলী নৈয়ে বুৰাইছে মধ্য অসমৰ বিস্তীৰ্ণ অঞ্চল।পানীত বুৰ গৈছে নামনি অসমৰ বিস্তীৰ্ণ অঞ্চল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us