New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/b12a39ab-4311-40d8-9b3f-fe5415106e77/gfhgh.jpg)
মহানগৰীৰ গাড়ীগাঁৱত আৰক্ষীৰ শূন্যলৈ গুলীচালনা।
বৃহস্পতিবাৰে সংঘটিত হয় এই গুলীচালনাৰ ঘটনা।
ড্রাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবৰ বাবে শূন্যলৈ গুলীচালনা।
মহানগৰীৰ STF, কামৰূপ আৰক্ষীয়ে চলাইছিল অভিযান।
অভিযানত খেদি খেদি কৰায়ত্ত ড্রাগছ সৰবৰাহকাৰী।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us