অসম মুখ্য-পৃষ্ঠা মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড… মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড… asomiyapratidin 22 Jul 2022 23:44 IST Follow UsNew Updateমহানগৰীৰ ৰিহাবাৰীৰ বিলপাৰত ভয়ংকৰ অগ্নিকাণ্ড।শুকুৰবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ড।চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত এই ঘটনা।অগ্নিকাণ্ডৰ ফলত ৭জনকৈ লোক আঘাতপ্রাপ্ত।অগ্নি নিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত। assam fire guwahatiআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক