অসম মুখ্য-পৃষ্ঠা আজিৰে পৰা আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা… আজিৰে পৰা আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা… asomiyapratidin 04 Jul 2022 16:26 IST Follow UsNew Updateসোমবাৰৰ পৰা পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা।পুৱাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ বাহাল থাকিব ফেৰী সেৱা।আভ্যন্তৰীণ জল পৰিৱহণ বিভাগে জাৰী কৰে এই জাননী।ব্রহ্মপুত্রৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে বন্ধ আছিল ফেৰী সেৱা। assam guwahatiআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক