
মহানগৰীত শীঘ্রেই চলিব উচ্ছেদ অভিযান।
জু-ৰোডৰ পৰা ৰাজগড় পথলৈ চলিব উচ্ছেদ।
গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্রী অশোক সিংঘালৰ কঠোৰ নিৰ্দেশ।
বিভাগীয় জৰুৰী বৈঠকৰ পিছতে প্রকাশ নিৰ্দেশনা।
মহানগৰীৰ ৩৯টা স্থানক বেদখলমুক্ত কৰাৰ অংগীকাৰ।
উচ্ছেদৰ বাবে গুৱাহাটী পৌৰ নিগমক দায়িত্ব অৰ্পণ।