মহানগৰীত শীঘ্রেই চলিব উচ্ছেদ অভিযান

মহানগৰীত শীঘ্রেই চলিব উচ্ছেদ অভিযান।গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্রী অশোক সিংঘালৰ কঠোৰ নিৰ্দেশ
মহানগৰীত শীঘ্রেই চলিব উচ্ছেদ অভিযান
  • মহানগৰীত শীঘ্রেই চলিব উচ্ছেদ অভিযান।

  • জু-ৰোডৰ পৰা ৰাজগড় পথলৈ চলিব উচ্ছেদ।

  • গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্রী অশোক সিংঘালৰ কঠোৰ নিৰ্দেশ।

  • বিভাগীয় জৰুৰী বৈঠকৰ পিছতে প্রকাশ নিৰ্দেশনা।

  • মহানগৰীৰ ৩৯টা স্থানক বেদখলমুক্ত কৰাৰ অংগীকাৰ।

  • উচ্ছেদৰ বাবে গুৱাহাটী পৌৰ নিগমক দায়িত্ব অৰ্পণ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in