২১ নৱেম্বৰত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই আয়োজন কৰিছে চাহ শ্ৰমিক সংসদৰ...

গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই আয়োজন কৰিছে চাহ শ্ৰমিক সংসদৰ

author-image
Asomiya Pratidin
New Update
দুৰ্বৃত্তৰ গুলীত মৃত্যু হোৱা ৰঞ্জিত বৰা নগাঁৱৰ ডি.টি.অ' শোণিত বৰাৰ ভাতৃ...

guwahati

ডিজিটেল ডেস্ক : ২১ নৱেম্বৰত দিনৰ ১১ বজাত গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই আয়োজন কৰিছে চাহ শ্ৰমিক সংসদৰ। দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ'বলগা এই অনুষ্ঠানত কেইবাটাও বিষয়ৰ ওপৰত এক আলোচনা কৰা হ'ব।

উক্ত সংসদত ৰাজ্যখনৰ চাহ শ্ৰমিকৰসকলৰ নূন্যতম মজুৰি, মাটি-ভেটিৰ অধিকাৰ তথা অন্যান্য আইনী প্ৰাপ্যৰ ওপৰত আলোচনা কৰা হ'ব বুলি বুলি এক বিবৃতিত জানিবলৈ দিয়ে। এই অনুষ্ঠানত অসমৰ চাহ শ্ৰমিক তথা জনগোষ্ঠীটোৰ বিভিন্ন সংগঠন, বুদ্ধিজীৱিয়ে অংশগ্ৰহণ কৰিব।

আৰু পঢ়ক :লিডু শাখা সাহিত্য সভাৰ উদ্যোগত ৪১ গৰাকী ব্যক্তিক আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ বিতৰণ...

assam adivasi guwahati