New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/d967522c-084f-47ff-92e3-1b3363ac23ec/download.jpg)
guwahati deadbody
গুৱাহাটীৰ চচলত গাড়ীৰ ভিতৰত উদ্ধাৰ হোৱা মৃত যুৱকজনক চিনাক্ত কৰা হৈছে।
যুৱকজনৰ নাম কংকণ কলিতা।
চচলত এখন ৰখাই থোৱা বলেৰ’ গাড়ীৰ ভিতৰত উদ্ধাৰ কৰা হৈছিল যুৱকজনৰ মৃতদেহ।
যুৱকজনৰ ঘৰ কমলপুৰত।
দিছপুৰ থানাৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত চলাই আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us