New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/f7ca9709-da8b-485d-a873-8de5d204109b/download.jpg)
গুৱাহাটীৰ এখন হোটেলত উদ্ধাৰ হৈছে এটা মৃতদেহ।
মহানগৰীৰ ভগৱান হোটেলত উদ্ধাৰ হৈছে মৃতদেহটো।
মৃতদেহটো CIDৰ ASI নিৰ্মল ভূঞাৰ বুলি জানিব পৰা গৈছে।
ASI জনৰ ঘৰ নলবাৰীত বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল।
আৰক্ষীৰ দলটোৱে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
তদন্তৰ পাছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিব আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us