মহানগৰীত চাঞ্চল্য; কৰ্মচাৰীৰ হাত-ভৰি বান্ধি লুটপাত ডকাইতৰ…

মহানগৰীত চাঞ্চল্য; কৰ্মচাৰীৰ হাত-ভৰি বান্ধি লুটপাত ডকাইতৰ…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

  • মহানগৰীত চাঞ্চল্যকৰ ডকাইতি।
  • ফাৰ্ণিচাৰ দোকানৰ পৰা সামগ্রী লুটিলে ডকাইতৰ দলে।
  • কৰ্মচাৰীক হাত-ভৰি বান্ধি লুটপাত ডকাইতৰ।
  • ৰিহাবাৰীৰ নিউ ৰাজধানী বেডিং ষ্ট'ৰত এই ঘটনা।
  • ট্রাকত ভৰাই সামগ্রী লৈ গ'ল ডকাইতৰ দলে
assam guwahati