নিশা মহানগৰীত পৰিবহণ বিভাগৰ অভিযান...

যান-বাহন আইন অমান্যকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলালে এই অভিযান।

author-image
Asomiya Pratidin
New Update
গণেশগুৰি উৰণীয়া সেতুত চিটি বাছে মহটিয়াই নিলে ৩ খনকৈ বাহন...

ডিজিটেল ডেস্ক : নিশা মহানগৰীত পৰিবহণ বিভাগে অভিযান চলায়। যান-বাহন আইন অমান্যকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলালে এই অভিযান। অভিযানৰ নেতৃত্বত আছিল পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাস।

উল্লেখ্য যে দুৰ্গা পূজাৰ সময়ত ৰাজপথত অধিক তৎপৰ হ’ব পৰিবহণ বিভাগ। গুৱাহাটীত যান-বাহন অমান্য কৰাৰ বাবে তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।

assam guwahati