/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/02/assam-police-app-baba.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী আৰক্ষীত বৃহৎ ৰদবদল। কেইবাখনো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলি কৰা হয়। গুৱাহাটীৰ ৮ খন আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াক বদলি কৰাৰ এক নিৰ্দেশ জাৰি হয় সোমবাৰে।
কোন থানাৰ অ'চিক ক'লৈ বদলি কৰা হ'ল, তলত সৱিশেষ-
ভঙাগড় থানাৰ অ'চি প্রাণজিত দাসক সীমান্ত শাখালৈ বদলি।
ক্ষেত্রীৰ অ'চি বিনন্দ বসুমতাৰীক RI CDO Bn, মান্দাকাটালৈ বদলি।
নুনমাটিৰ অ'চি প্রশান্ত বৰাক আৰক্ষী প্রশিক্ষণ কেন্দ্র, দেৰগাঁৱলৈ বদলি।
চানমাৰি থানাৰ অ'চি টিংকুমণি বৰদলৈক চিআইডি (CID)লৈ বদলি।
পল্টন বজাৰ থানাৰ অ'চি দীপান্ত ফুকনক বদলি।
দীপান্ত ফুকনক 19th AP(IR)Bn, টেঙাখাতলৈ বদলি।
লতাশিলৰ অ'চি নিতুল দাসক আৰক্ষী প্রশিক্ষণ কেন্দ্র, দেৰগাঁৱলৈ বদলি।
পি আই কোৰ্টৰ মনজিৎবুঢ়াগোহাঁইক সীমান্ত শাখালৈ বদলি।
ফটাশিল থানাৰ অ'চি দেৱজ্যোতি ফুকনক 1st APBn, লিগিৰিপুখুৰীলৈ বদলি।
Also Read: আৰক্ষীৰ বৃহৎ সফলতা: ৪৫ কোটি টকা মূল্যৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ জন