/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/80426f3f-7b69-429f-9c10-e9d89d227fe1/gujarat.jpg)
gujarat national games
ডিজিটেল ডেস্ক : আজিৰে পৰা গুজৰাটত আৰম্ভ ৩৬ সংখ্যকৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২। গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত কৰা হৈছে বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰিব ৰাষ্ট্ৰীয় ক্ৰীড়া।
উল্লেখ্য যে এই নেশ্যনেল গেমছত ৩৬টা খেলত দেশৰ ২৫ হাজাৰ খেলুৱৈয়ে অংশগ্রহণ কৰিব। ২৯ ছেপ্টেম্বৰৰ পৰা ১২ অক্টোবৰলৈ চলিব এই ক্রীড়া সমাৰোহ।উদ্বোধনী অনুষ্ঠানত অংশ ল’বলৈ উপস্থিত হ'ল অসমৰ এটা দল।