গোগামুখৰ এগৰাকী ছাত্ৰী সন্ধানহীন...

হাইস্কুল  শিক্ষান্ত পৰীক্ষাত ফেইল কৰাৰ পিছতে সন্ধানহীন এগৰাকী ছাত্ৰী।  গোগামুখ লেগাছুং কছাৰী গাঁৱৰ পৰা এগৰাকী ছাত্ৰী যোৱা দুদিন ধৰি  নিৰুদ্দেশ হৈ থকাৰ ঘটনাই গোগামুখত চাঞ্চল্য সৃষ্টি কৰিছে। 

author-image
Asomiya Pratidin
New Update
mhgfs
  • হাইস্কুল  শিক্ষান্ত পৰীক্ষাত ফেইল কৰাৰ পিছতে সন্ধানহীন এগৰাকী ছাত্ৰী। 
  • গোগামুখ লেগাছুং কছাৰী গাঁৱৰ পৰা এগৰাকী ছাত্ৰী যোৱা দুদিন ধৰি  নিৰুদ্দেশ হৈ থকাৰ ঘটনাই গোগামুখত চাঞ্চল্য সৃষ্টি কৰিছে। 
c4df4b20-d0e3-4613-b8bb-024c2d5a1591

  • জানিব পৰা মতে সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ নোহোৱাৰ বাবে নিৰুদ্দেশ হৈ আছে ছাত্ৰী গৰাকী। 
  • কোনো লোকে সন্ধান পালে ৮৪৭২৮৯৩২২৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। 
গোগামুখ