গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকৰ ফলাফল ঘোষণা কৰা হ’ব ৫ ছেপ্টেম্বৰত…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকৰ ফলাফল ঘোষণা কৰা হ’ব ৫ ছেপ্টেম্বৰত…

author-image
asomiyapratidin
New Update
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকৰ ফলাফল ঘোষণা কৰা হ’ব ৫ ছেপ্টেম্বৰত…

  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এ, বি.এছ.ই, বি.কমৰ ২০২২ বৰ্ষৰ ষষ্ঠ ষান্মাষিকৰ ফলাফল ঘোষণা কৰা হ'ব ৫ ছেপ্টেম্বৰত।
  • বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে সদৰী কৰিছে এঅই কথা।
  • পঞ্চম ষান্মাষিকৰ পুনৰ নিৰীক্ষণৰ ফলাফলো ঘোষণা কৰা হ'ব ৫ ছেপ্টেম্বৰতেই।
  • স্নাতকৰ ফলাফল ঘোষণা নকৰাকৈ স্নাতকোত্তৰ প্ৰথম ষান্মষিকৰ পাঠদান আৰম্ভ কৰাক লৈ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।
Advertisment
assam guwahati university guwahati