মহানগৰীত ভয়ংকৰ ঘটনাঃ ছুৰীৰে আঘাত ষ্টাৰবাক্সৰ মেনেজাৰক

মহানগৰীত ভয়ংকৰ ঘটনাঃ ছুৰীৰে আঘাত ষ্টাৰবাক্সৰ মেনেজাৰক
মহানগৰীত ভয়ংকৰ ঘটনাঃ ছুৰীৰে আঘাত ষ্টাৰবাক্সৰ মেনেজাৰক

ডিজিটেল ডেস্কঃ নিশা মহানগৰীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। জি এছ ৰোডৰ ষ্টাৰবাক্সৰ মেনেজাৰক ছুৰিকাঘাত দুৰ্বৃত্তৰ।

মেনেজাৰ ভাস্কৰজ্যোতি দাসক উপৰ্যুপৰি ছুৰীৰে আক্রমণ কৰে স্কুটীত অহা দুই নিচাসক্ত যুৱকে। এ বি চি পইণ্টত সংঘটিত এই ঘটনা সংঘটিত হয়।

ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে দুই দুৰ্বৃত্তৰ। সংকটজনক অৱস্থাত GMCHলৈ নিয়া হয় ভাস্কৰজ্যোতি দাসক আৰু পাছত উন্নত চিকিৎসাৰ বাবে এপ’ল’ হাস্পতাললৈ প্রেৰণ কৰা হয়।

ঘটনা সন্দৰ্ভত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

মহানগৰীত ভয়ংকৰ ঘটনাঃ ছুৰীৰে আঘাত ষ্টাৰবাক্সৰ মেনেজাৰক
মিচিং জাতীয় সংগঠনৰ প্ৰাক্তন নেত্ৰী দীপ্তি পেগুৰ বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in