/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/dc8654bc-7dc1-4db5-b52e-cfe33123fc99/download.jpg)
-
আজি ঘোষণা কৰা হ’ব ৩য় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল
-
ছেবাই ৱেবছাইটযোগে ঘোষণা কৰিব ফলাফল
-
দিনৰ ১১ বজাত লাভ কৰিব পৰীক্ষাৰ ফলাফল
-
sebaonline.org ৱেবছাইটযোগে লাভ কৰিব পাৰিব ফলাফল
-
২৮ আগষ্টত অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষা
-
লিখিত পৰীক্ষাত ৮ লক্ষাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল
-
ছেবাই অনুষ্ঠিত কৰিছিল তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা