আজি ঘোষণা কৰা হ’ব ৩য় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

আজি ঘোষণা কৰা হ’ব ৩য় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল
  • আজি ঘোষণা কৰা হ’ব ৩য় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

  • ছেবাই ৱেবছাইটযোগে ঘোষণা কৰিব ফলাফল

  • দিনৰ ১১ বজাত লাভ কৰিব পৰীক্ষাৰ ফলাফল

  • sebaonline.org ৱেবছাইটযোগে লাভ কৰিব পাৰিব ফলাফল

  • ২৮ আগষ্টত অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষা

  • লিখিত পৰীক্ষাত ৮ লক্ষাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল

  • ছেবাই অনুষ্ঠিত কৰিছিল তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in