বটদ্ৰৱাৰ ঘটনাৰ লগত জেহাদী জড়িত থকাৰ সন্দেহ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ…

বটদ্ৰৱাৰ ঘটনাৰ লগত জেহাদী জড়িত থকাৰ সন্দেহ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ…

author-image
asomiyapratidin
New Update
বটদ্ৰৱাৰ ঘটনাৰ লগত জেহাদী জড়িত থকাৰ সন্দেহ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ…

ডিজিটেল ডেস্ক: বটদ্রৱা থানাত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান জি পি সিং ।থানাৰ পৰিস্থিতি অধ্যয়ন বিশেষ আৰক্ষী সঞ্চালক প্রধানগৰাকীৰ।

Advertisment

ঘটনাৰে জড়িতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ ইংগিত লগতে ঘটনাৰ লগত জেহাদী জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ।

ছফিকুলৰ মৃত্যুৰ নিৰপেক্ষ তদন্তৰ বাবে DIGক নিৰ্দেশ দিয়া হৈছে। মৰণোত্তৰ পৰীক্ষা আৰু ফৰেনছিক ৰিপ'ৰ্টৰ ওপৰত ব্যৱস্থা গ্রহণ কৰা হ'ব। ঘটনাৰ ভিডিঅ' ফুটেজৰ দ্বাৰা দোষীক বিচাৰি উলিওৱা হ'ব।

ফৰেনছিকৰ দলৰ দ্বাৰা অগ্নি সূত্রপাতৰ তদন্ত কৰাৰ পোষকতা সিঙৰ। সন্দেহজনক ব্যক্তিৰ বিৰুদ্ধে তদন্ত কৰাৰ নিৰ্দেশ দিয়ে তেওঁ।

উল্লেখ্য যে, থানাৰ ফাইলসমূহ কিয় নষ্ট কৰা হৈছে তাৰ বিৰুদ্ধেও তদন্ত হ'ব বুলি কয় বিশেষ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

আৰু পঢ়ক : অসম বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষাৰ ফলাফলত নগাঁৱৰ বন্নি বৰবৰাৰ সোনৰ পদক লাভ…

nagaon assam g p singh