/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/big-news-face-750x430-1-1.jpg)
অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবক নিযুক্তি প্ৰদান।
আই এ এছ ড০ ৰবি কোটাক অতিৰিক্ত মুখ্য সচিব হিচাপে নিযুক্তি বিভাদীয় কৰ্তৃপক্ষৰ।
ড০ কোটাক গৃহ আৰু ৰাজনৈতিক, উদ্যোগ, বাণিজ্য বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে।
জানিব পৰা মতে কেন্দ্রীয় ডেপুটেশ্যনৰ পৰা ঘূৰি অহাৰ পিছতে ড০ কোটাক এই দায়িত্ব প্ৰদান কৰা হয়।
Also Read: খেতিপথাৰত দ্ৰোণেৰে কীটনাশক দ্ৰব্য স্প্ৰে কৃষিমন্ত্ৰীৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us