তিতাবৰত সদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ…

তিতাবৰত সদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
তিতাবৰত সদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ,তিতাবৰঃ অসমৰ বিভিন্ন প্ৰান্তত এন পি এছ বাতিলৰ দাবীত চৰকাৰী কৰ্মচাৰী সকলৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থকাৰ লগতে তিতাবৰতো সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাইও প্ৰতিবাদী কাৰ্যসূচী উলিয়াই।

Advertisment

NPS আঁচনি বাতিল কৰি OPS আঁচনি পুনৰ প্ৰৱৰ্ত্তন কৰা দাবী জনাই কৰ্মচাৰী সকলে।অন্যহাতে কৰ্মচাৰীৰ পেঞ্চন ব্যক্তিগত কোম্পানীৰ পৰিবৰ্তে চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

তিতাবৰৰ মহকুমাধিপতি কাৰ্যলয়ত  প্লে কাৰ্ড প্ৰদৰ্শন কৰি বিভিন্ন শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰী কৰ্মচাৰী সকলে।

hbs assam govt titabor