New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6375429f-a0d7-45f3-9674-8ba48764caf6/jahnabi.jpg)
পুনৰ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া।
ঘোচ লৈ গ্ৰেপ্তাৰ ড্ৰাগছ পৰিদৰ্শক জাহ্নবী কলিতা।
যোৰহাটত ফাৰ্মাচীৰ লাইচেন্সৰ বাবে ঘোচ বিচাৰিছিল জাহ্নবী কলিতাই।
উৎকোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।