New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/Govinda-alleges-few-film-industry-people-are-not-letting-his-films-release-696x485-1.jpg)
ফাইল ফটো
- গুৱাহাটীত উপস্থিত বলীউডৰ অভিনেতা গোবিন্দা।
- ফিল্মফেয়াৰ অনুষ্ঠানত অংশ লব তেওঁ।
- বৰঝাৰত উপস্থিত হৈ ক'লে, অসমৰ এই মাটিক প্ৰণাম কৰিছো।
- পূজা-পাৰ্থনাৰ বাবে ইয়ালৈ আহো।
- প্ৰথমবাৰৰ বাবে অসমত এনে এটা অনুষ্ঠান হৈছে, ভাল লাগিছে।
- আয়োজকক ধন্যবাদ অভিনেতা গোবিন্দাৰ।