গৌৰীপুৰ আলমগঞ্জত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী...

গৌৰীপুৰ আলমগঞ্জত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী।  আলমগঞ্জ কলেজ ৰোড মৰত গৌৰীপুৰ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান। চাৰি চকীয়া সৰবৰাহ কৰোতে পুৱতি নিশা আৰক্ষীৰ অভিযান।

author-image
Asomiya Pratidin
New Update
ujjjdd
  • গৌৰীপুৰ আলমগঞ্জত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী। 
  • আলমগঞ্জ কলেজ ৰোড মৰত গৌৰীপুৰ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান।
  • চাৰি চকীয়া বাহনৰে ড্ৰাগছ সৰবৰাহ কৰোতে পুৱতি নিশা আৰক্ষীৰ অভিযান।
  • বাহন খনৰ পৰা ১১টাকৈ ড্ৰাগছ ভৰ্তি চাবোন বক্স জব্দ ।
  • সৰ্বৰকাৰী দুজন আলমগঞ্জ ১ম খণ্ড গাঁৱৰ সহীদুৰ ৰহমান আৰু নুৰ মহম্মদ।
  • ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা বাহন খনৰ নম্বৰ AS-01-GL-1278
  • আৰক্ষীয়ে ড্ৰাগছ আৰু বাহন খন জব্দ কৰি অধিক তথ্যৰ বাবে সৰ্বৰাহকাৰী দুজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে।
গৌৰীপুৰ