বজাৰ কৰি ঘৰলৈ উভতাৰ পথত দুৰ্বৃত্তৰ গুলীচালনা, আহত এজন...

গোসাঁইগাঁৱৰ হাৰাপুটাত দুৰ্বৃত্তৰ গুলীচালনা।

author-image
Asomiya Pratidin
New Update
বজাৰ কৰি ঘৰলৈ উভতাৰ পথত দুৰ্বৃত্তৰ গুলীচালনা, আহত এজন...

গোসাঁইগাঁৱৰ হাৰাপুটাত দুৰ্বৃত্তৰ গুলীচালনা।

Advertisment

গুলীচালনাত আহত কৃষক জহিৰুল শ্বেখ নামৰ লোকজন।

বৃহস্পতিবাৰে সন্ধিয়া ভাগত গুলীচালনা।

তেলিপাৰা বজাৰৰ পৰা ঘৰলৈ যোৱাৰ পথত দুৰ্বৃত্তৰ গুলীচালনা।

আহত গোসাঁইগাঁৱৰ অক্সিগুৰিৰ জহিৰুল শ্বেখ নামৰ লোকজন।

গুলীবিদ্ধ জহিৰুলক গোসাঁইগাঁও আৰ এন বি চিকিৎসালয়ত ভৰ্তি।

assam Assam police firing