গৰৈমাৰীত পথ দুৰ্ঘটনা,গুৰুতৰভাৱে আহত দুজন

দক্ষিণ কামৰূপৰ গৰৈমাৰীত পথ দুৰ্ঘটনা।
মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন.
মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন.road accident
  • দক্ষিণ কামৰূপৰ গৰৈমাৰীত পথ দুৰ্ঘটনা।

  • মটৰ চাইকেল আৰু চাইকেলৰ মাজত সংঘৰ্ষ।

  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন।

  • আহত বাইক আৰোহী হাসমত আলী, চাইকেল আৰোহী ছমেৰ আলী।

  • সংকটজনক অৱস্থাত দুয়োকে GMCHলৈ প্রেৰণ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in