গৰৈমাৰীত পথ দুৰ্ঘটনা,গুৰুতৰভাৱে আহত দুজন

দক্ষিণ কামৰূপৰ গৰৈমাৰীত পথ দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন. road accident

  • দক্ষিণ কামৰূপৰ গৰৈমাৰীত পথ দুৰ্ঘটনা।

  • মটৰ চাইকেল আৰু চাইকেলৰ মাজত সংঘৰ্ষ।

  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন।

  • আহত বাইক আৰোহী হাসমত আলী, চাইকেল আৰোহী ছমেৰ আলী।

  • সংকটজনক অৱস্থাত দুয়োকে GMCHলৈ প্রেৰণ।

assam road accident