অসম মুখ্য-পৃষ্ঠা গৰৈমাৰীত সন্তানৰ সৈতে সন্ধানহীন মহিলা, চিন্তিত পৰিয়ালবৰ্গ… গৰৈমাৰীত সন্তানৰ সৈতে সন্ধানহীন মহিলা, চিন্তিত পৰিয়ালবৰ্গ… asomiyapratidin 13 Jul 2022 08:08 IST Follow UsNew Updateদক্ষিণ কামৰূপৰ গৰৈমাৰীত সন্তানৰ সৈতে সন্ধানহীন এগৰাকী মহিলা।সন্ধানহীন মহিলাগৰাকীৰ নাম শ্বহিদা খাতুন।ঘটনা সন্দৰ্ভত গৰৈমাৰী থানাত এজাহাৰ দাখিল পৰিয়ালৰ।কোনো লোকে সন্ধান পালে যোগাযোগ কৰাৰ আহ্বান।যোগাযোগৰ নম্বৰ ৮৮২২৯১৬৮১৫। assam missing goroimariআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক