/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/dfa154cd-284b-4fc4-9e67-7c00f3531417/download.jpg)
-
বুধবাৰে নিশা গৰৈমাৰীত ভয়ংকৰ নাও দুৰ্ঘটনা।
-
যন্ত্রচালিত নাৱৰ তলি ফুটি যোৱাত সংঘটিত এই দুৰ্ঘটনা।
-
কুৰিহামাৰী চৰৰ পৰা গৰৈমাৰী অভিমুখী আছিল নাওখন।
-
ব্রহ্মপুত্রৰ আলিকাষ পাৰঘাটত সংঘটিত এই দুৰ্ঘটনা।
-
নাওখনত আছিল ২০ৰো অধিক গৰু, কেইবাজনো লোক।
-
বৰ্তমানলৈ কোনো যাত্রী হতাহত হোৱা নাই।
-
অৱশ্যে নাওখনত থকা কেইবাটাও গৰু সন্ধানহীন।