গৰৈমাৰীত যন্ত্ৰচালিত নাও দুৰ্ঘটনাতপতিত...

বুধবাৰে নিশা গৰৈমাৰীত ভয়ংকৰ নাও দুৰ্ঘটনা।যন্ত্রচালিত নাৱৰ তলি ফুটি যোৱাত সংঘটিত এই দুৰ্ঘটনা।
গৰৈমাৰীত যন্ত্ৰচালিত নাও দুৰ্ঘটনাতপতিত...
  • বুধবাৰে নিশা গৰৈমাৰীত ভয়ংকৰ নাও দুৰ্ঘটনা।

  • যন্ত্রচালিত নাৱৰ তলি ফুটি যোৱাত সংঘটিত এই দুৰ্ঘটনা।

  • কুৰিহামাৰী চৰৰ পৰা গৰৈমাৰী অভিমুখী আছিল নাওখন।

  • ব্রহ্মপুত্রৰ আলিকাষ পাৰঘাটত সংঘটিত এই দুৰ্ঘটনা।

  • নাওখনত আছিল ২০ৰো অধিক গৰু, কেইবাজনো লোক।

  • বৰ্তমানলৈ কোনো যাত্রী হতাহত হোৱা নাই।

  • অৱশ্যে নাওখনত থকা কেইবাটাও গৰু সন্ধানহীন।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in