New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- দক্ষিণ কামৰূপৰ গৰৈমাৰীত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
- অভিযানত গ্রেপ্তাৰ এটা তীৰৰ বুকি।
- গ্রেপ্তাৰ কাণহাৰা গাঁৱৰ আছাদ আলী।
- আছাদ আলীৰ পৰা জব্দ তীৰখেলত ব্যৱহৃত সামগ্রী।
- গৰৈমাৰীৰ মহিমাৰীৰ পৰা আটক দুটা মোবাইল চোৰকো।
- ধৃত চোৰ দুটা মহিদুল ইছলাম আৰু বাহাৰুল ইছলাম
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us