গৌৰীপুৰৰ বটেৰতলত ভয়ংকৰ পথ দুৰ্ঘটনা....

গৌৰীপুৰৰ বটেৰতলত ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭নং ৰাষ্ট্রীয় ঘাইপথত মালবাহী ট্ৰাক আৰু মটৰ চাইকেলৰ মাজত মুখমুখী সংঘৰ্ষ। দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হয় মটৰ চাইকেল আৰোহী।

New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...
  • গৌৰীপুৰৰ বটেৰতলত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • ১৭নং ৰাষ্ট্রীয় ঘাইপথত মালবাহী ট্ৰাক আৰু মটৰ চাইকেলৰ মাজত মুখমুখী সংঘৰ্ষ।
  • দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হয় মটৰ চাইকেল আৰোহী।
  • মটৰ চাইকেল আৰোহী জনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৰাইজে।
  • দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ হল AS-01-AA-5795 আৰু মটৰ চাইকেল খনৰ পঞ্জীয়ন নম্বৰ হল AS-17-N-4874 
  • ইতিমধ্যে গৌৰীপুৰ আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
পথ দুৰ্ঘটনা