New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
মঙলবাৰে গোৰেশ্বৰৰ বাঙালীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্রবেগী বাইক আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক।
নিহত যুৱকজনৰ নাম বিপুল নিৰলা।
গুৰুতৰভাৱে আহত ধ্রুৱ নিৰলা নামৰ আন এজন যুৱক।
দুয়ো স্বাধীনতা দিৱস উপলক্ষে বগামাটিত বনভোজ খাবলৈ গৈছিল।
দুয়োৰে মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে আৰক্ষীয়ে।