স্বাধীনতা দিৱস উপলক্ষে বনভোজ খাবলৈ গৈছিল যুৱক, পথ দুৰ্ঘটনাত মৃত্যু...

ROAD ACCIDENT
ROAD ACCIDENT
  • মঙলবাৰে গোৰেশ্বৰৰ বাঙালীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • তীব্রবেগী বাইক আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ।

  • দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক।

  • নিহত যুৱকজনৰ নাম বিপুল নিৰলা।

  • গুৰুতৰভাৱে আহত ধ্রুৱ নিৰলা নামৰ আন এজন যুৱক।

  • দুয়ো স্বাধীনতা দিৱস উপলক্ষে বগামাটিত বনভোজ খাবলৈ গৈছিল।

  • দুয়োৰে মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in