/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/64727a15-d01c-49f6-a807-2afa73d0dac4/download.jpg)
ডিজিটেল ডেস্ক: গোৰেশ্বৰৰ ঔগুৰিত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। বন্ধুৰ হাতত প্রাণ গ’ল এজনৰ। হাঁহডগ্রা চুবুৰীত সংঘটিত হৈছে এই ঘটনা।
অভিযোগ অনুসৰি ছহিদুল আলম চৌধুৰী নামৰ এজনক ঘপিয়াই হত্যা কৰিলে ৰাছেদ আলী নামৰ এজনে।
ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল অভিযুক্তই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। হত্যা কৰি পথৰ দাঁতিৰ পুখুৰীত পেলাই দিছিল মৃতদেহ। ৮ নৱেম্বৰৰ সন্ধিয়া সংঘটিত এই হত্যাকাণ্ড।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us