New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/837465d0-e355-4dfe-9caa-440a765681f8/111.jpg)
গোলকগঞ্জত চোৰাং সোণসহ আটক এজন যুৱক।
আটকাধীন যুৱকজনৰ নাম আইনাল হক।
যুৱকজনৰ পৰা উদ্ধাৰ ৮০ তোলা সোণ।
সোণখিনিৰ বজাৰ মূল্য ৫৬ লাখ টকা।
ধৃত যুৱকজনৰ ঘৰ ভাৰত-বাংলাদেশ সীমান্তৰ সিপাৰৰ ভোকডাঙাত।
গৌৰীপুৰ অভিমুখে নি থকা অৱস্থাত জব্দ কৰে আৰক্ষীয়ে।
Also Read: নগাবন্ধাত সদৌ অসম ভিত্তিত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us