New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/accident-3.jpg)
- গোলকগঞ্জৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত পথ দুৰ্ঘটনা।
- ট্রাকত খুন্দা AS 28 C 9585 নম্বৰৰ আন এখন ট্রাকৰ।
- দুৰ্ঘটনাত থিতাতে নিহত ট্রাক চালকজন ।
- নিহত ট্রাক চালকজনৰ নাম শ্বাহ আলম।
- বুধবাৰে সংঘটিত হয় এই ঘটনা।
- গুৰুতৰভাৱে আহত জাহিদুল ইছলাম নামৰ লোকজনক চিকিৎসালয়ত ভৰ্তি।
- দুৰ্ঘটনাগ্রস্ত ট্রাকখনৰ নম্বৰ WB 57 C 0633
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us