New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/80e6d807-5919-44b0-82c0-1fb1d03ad968/supari.jpg)
-
গোপন সূত্ৰৰ পম খেদি গোলাঘাট আৰক্ষীয়ে জব্দ কৰিলে চুপাৰী ভৰ্তি ট্ৰাক।
-
গোলাঘাটৰ ৰূপকলীয়াৰ ৰাজপথৰ পৰা জব্দ কৰা হয় ট্ৰাকখন।
-
তিল আৰু ধনীয়া বস্তাৰ মাজত লুকুৱাই আনিছিল চুপাৰী খিনি।
-
চুপাৰীখিনি বাৰ্মিজ চুপাৰী বুলি সন্দেহ আৰক্ষীৰ।