/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
দেৰগাওঁ পথত পুনৰ দুৰ্ঘটনাঃ বাদুলিপাৰত বাগৰিল ট্ৰাক...
এটাৰ পাছত এটা পথ দুৰ্ঘটনা সংঘটিত হৈছে দেৰগাঁৱৰ পথত।
ধাৰাবাহিক পথ দুৰ্ঘটনাই বিপদত পেলাইছে জনাতক।
দেৰগাঁৱৰ কাষৰীয়া বাদুলিপাৰত ২৪ ঘণ্টাত দুটাকৈ পথ দুৰ্ঘটনা।
বাদুলিপাৰত পুনৰ ৰাজপথত বাগৰিল ট্রাক।
ফ’ৰলেনৰ কাষৰ ৰেলিঙত খুন্দিয়াই বাগৰিল ট্রাকখন।
ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িয়াই আনিছিল ট্রাকখনে।
গোৱালপাৰাৰ পৰা ডিমৌ অভিমুখী আছিল ট্রাকখন।
ইয়াৰ পূৰ্বে এখন বলেৰ' বাহন বাগৰিছিল এই পথত।
Also Read: তিতাবৰত ভূপালী সংগীতমৰ উদ্যোগত ব্যতিক্ৰমী প্ৰীতিমেল কাৰ্যসূচী সম্পন্ন...