New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
মৰঙি পংকা গাঁৱত পথ দুৰ্ঘটনাত নিহত এজন...
গোলাঘাটৰ মৰঙি পংকা গাঁৱত পথ দুৰ্ঘটনা।
বাইক আৰোহীক খুন্দা অচিনাক্ত বাহনৰ।
দুৰ্ঘটনাত থিতাতে মৃত্যু বাইক আৰোহীৰ।
নিহত লোকজনৰ নাম দিব্যজিৎ শইকীয়া।
দুৰ্ঘটনা সংঘটিত কৰি বাহনখনৰ পলায়ন।
Also Read: ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ভট্টদেৱ বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি